ঘৃণনীয়! হ’বলগীয়া পত্নীক ঘৰৰ মানুহৰ সন্মুখত পিন্ধা পোছাক খুলিবলৈ প্ৰস্তাৱ এজন যুৱকৰ

News18 Assam | News18-Assam
Updated:January 1, 2020, 11:27 AM IST
ঘৃণনীয়! হ’বলগীয়া পত্নীক ঘৰৰ মানুহৰ সন্মুখত পিন্ধা পোছাক খুলিবলৈ প্ৰস্তাৱ এজন যুৱকৰ
Photo Source-News18 Bangla

ঘটনাই এতিয়া সৰ্বত্ৰ লাভ কৰিছে চৰ্চা

  • Share this:
নতুন বছৰৰ আৰম্ভণিতে এটা বেয়া খবৰ। বিয়া ঠিক হৈছিল এজন যুৱকৰ। কিন্তু বিয়াৰ কেইদিনমান পূৰ্বে হ’বলগীয়া পত্নীক ঘৰলৈ মাতি অপমানিত কৰিলে যুৱকজনে। ঘৰৰ মানুহৰ আগত হ’বলগীয়া কইনাক গাৰ কাপোৰ খুলিবলৈ প্ৰস্তাৱ দিলে যুৱকজনে। যুৱকজনে পোছাক খুলি সকলোৰে সন্মুখত থিয় হ’বলৈ কয় যুৱতীগৰাকীক, কাৰণ যুৱকজনৰ লগতে পৰিয়ালে জানিব লাগিব যে, যুৱতীগৰাকীৰ কোনো ৰোগত আক্ৰান্ত নেকি?

যুৱকজনৰ নাম জয়হিন্দ। ঘৰ কানপুৰত। এনে অসৎ প্ৰস্তাৱ দিয়াৰ পিছত যুৱতকীগৰাকীৰ পৰিয়াল এতিয়া আৰক্ষীৰ কাষ চাপিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি