• Home
  • »
  • News
  • »
  • nation
  • »
  • জম্মু–কাশ্মীৰৰ পহলগামত ভয়ংকৰ দুৰ্ঘটনা, আইটিবিপিৰ বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ৬ জোৱানৰ মৃত্যু, ৩৩জন আহত

জম্মু–কাশ্মীৰৰ পহলগামত ভয়ংকৰ দুৰ্ঘটনা, আইটিবিপিৰ বাছ দুৰ্ঘটনাত পতিত হোৱাৰ ফলত ৬ জোৱানৰ মৃত্যু, ৩৩জন আহত

আইটিবিপিৰ জোৱানসকলে কৰ্মীসকলে অমৰনাথ যাত্ৰীৰ ডিউটি সম্পূৰ্ণ কৰাৰ পিছত উভতি আহিছিল। ব্ৰেক ফেইল হোৱা বাবে দুৰ্ঘটনাত পতিত হয় বাছখন।

  • Share this:
জম্মু–কাশ্মীৰৰ পহলগামত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। এখন বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত আইটিবিপিৰ ৬জন জোৱান নিহত হয়। আনহাতে, আন ৩৩জন জোৱান আহত হয় এই দুৰ্ঘটনাত। আহতসকলক শ্ৰীনগৰস্থিত আৰ্মী হাস্পতালত এয়াৰলিফ্ট কৰা হৈছে। আইটিবিপিৰ জোৱানসকলে কৰ্মীসকলে অমৰনাথ যাত্ৰীৰ ডিউটি সম্পূৰ্ণ কৰাৰ পিছত উভতি আহিছিল। ব্ৰেক ফেইল হোৱা বাবে দুৰ্ঘটনাত পতিত হয় বাছখন।

উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে আইটিবিপিৰ কমাণ্ডোসকল। আৰক্ষীৰ এজন বিষয়াই জনোৱা মতে, আইটিবিপিৰ ৩৭জন জোৱান আৰু দুজন আৰক্ষী কঢ়িয়াই নিয়া বাছখন চন্দনৱাড়ী আৰু পহলগামৰ মাজত দ’ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাত আইটিবিপিৰ ৬জন জোৱান থিতাতে নিহত হয়।
Published by:Sanjay Kumar Das
First published: