মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰূপে  শপত ল’লে উদ্ধৱ থাকৰেই

News18 Assam | News18-Assam
Updated:November 28, 2019, 8:27 PM IST
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ৰূপে  শপত ল’লে উদ্ধৱ থাকৰেই
সন্ধিয়া  শিৱাজী পাৰ্কত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰূপে শপত ল'লে উদ্ধৱ থাকৰেই।

সন্ধিয়া  শিৱাজী পাৰ্কত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰূপে শপত ল'লে উদ্ধৱ থাকৰেই।

  • Share this:
মহাৰাষ্ট্রৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ললে উদ্ধৱ থাকৰেই। মহাৰাষ্ট্রত গঠন হ’ল মহাবিকাশ অঘাড়ী চৰকাৰ। সন্ধিয়া  শিৱাজী পাৰ্কত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰূপে শপত ল'লে উদ্ধৱ থাকৰেই।

৭০ হাজাৰ লোকে এলে লগে বহি উপভোগ কৰিলে শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিল কেইবাখনো ৰাজ্য মুখ্যমন্ত্ৰী।  ফোনযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ধৱ থাকৰেক শুভেচ্ছা জনোৱাৰ লগতে, কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াই যাব বুলিও আশ্বাস দিছে।  নাটকীয়ভাৱে ৮০ ঘণ্টীয়া ফাড়নাৱিছ চৰকাৰৰ পতন ঘটাৰ পাছতেই মহাৰাষ্ট্ৰত প্ৰশস্ত হৈছিল শিৱসেনা, কংগ্ৰেছ আৰু এন চি পিৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পথ।
আৰু চাওক পৰৱৰ্তী বাতৰি