জল্পনা–কল্পনাৰ অৱসান,মহাৰাষ্ট্ৰত BJP-NCPৰ চৰকাৰ

News18-Assam
Updated:November 23, 2019, 10:15 AM IST
জল্পনা–কল্পনাৰ অৱসান,মহাৰাষ্ট্ৰত BJP-NCPৰ চৰকাৰ
দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে দেৱেন্দ্ৰ ফাড়নাৱিছে

দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে দেৱেন্দ্ৰ ফাড়নাৱিছে

  • News18 Assam
  • Last Updated: November 23, 2019, 10:15 AM IST
  • Share this:
অৱশেষত মহাৰাষ্ট্ৰত অৱসান ঘটিল সকলো জল্পনা–কল্পনাৰ। মহাৰাষ্ট্ৰত গঠন হ’ব BJP-NCPৰ চৰকাৰ। দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে দেৱেন্দ্ৰ ফাড়নাৱিছে। উপ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে NCPৰ অজিত পাৱাৰে। শুকুৰবাৰে  নিশাটোৰ ভিতৰতে পৰিৱৰ্তন হ’ল ৰাজনৈতিক দৃশ্যপট।২৮ দিনৰ পাছত গঠন হ’ল চৰকাৰ। উল্লেখযোগ্য যে, বিজেপিয়ে মহ্ৰাষ্ট্ৰত লাভ কৰিছিল ১০৪খন আসন। প্ৰধানমন্ত্ৰী মোদীৰ ফাড়নাৱিছ,পাৱাৰক শুভেচ্ছা।
First published: November 23, 2019, 10:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading