உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Maharashtra Political Crisis : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট, বিসম্বাদী শিবিৰত যোগ দিবলৈ গুৱাহাটীলৈ আহি আছে আৰু এজন বিধায়ক

    Maharashtra Political Crisis : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকট, বিসম্বাদী শিবিৰত যোগ দিবলৈ গুৱাহাটীলৈ আহি আছে আৰু এজন বিধায়ক

    একনাথ শিন্দেৰ ওচৰত বৰ্তমান শিৱসেনাৰ ৩৭ জন বিধায়ক আছে। লাণ্ডে অহাৰ পিছত এই সংখ্যা হ’বগৈ ৩৮জন।

    একনাথ শিন্দেৰ ওচৰত বৰ্তমান শিৱসেনাৰ ৩৭ জন বিধায়ক আছে। লাণ্ডে অহাৰ পিছত এই সংখ্যা হ’বগৈ ৩৮জন।

    একনাথ শিন্দেৰ ওচৰত বৰ্তমান শিৱসেনাৰ ৩৭ জন বিধায়ক আছে। লাণ্ডে অহাৰ পিছত এই সংখ্যা হ’বগৈ ৩৮জন।

    • Share this:
    সংকট আঁতৰা নাই মহাৰাষ্ট্ৰৰ ৰাজনীতিত। আৰু এজন বিধায়কে যোগ দিব বিসম্বাদী শিবিৰত। চান্দীৱলীৰ বিধায়ক দিলীপ লাণ্ডে গুৱাহাটীলৈ ৰাওনা। কিছু সময়ৰ পিছতে গুৱাহাটীত উপস্থিত হ’ব লাণ্ডে। একনাথ শিন্দেৰ ওচৰত বৰ্তমান শিৱসেনাৰ ৩৭ জন বিধায়ক আছে। লাণ্ডে অহাৰ পিছত এই সংখ্যা হ’বগৈ ৩৮জন। এতিয়াও গুৱাহাটীৰ হোটেল ৰেডিচন ব্লুত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটো।
    Published by:Sanjay Kumar Das
    First published: