உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Omicron Variant : ভাৰতত অমিক্ৰনৰ চতুৰ্থটো সংক্ৰমণৰ ঘটনা, দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইলৈ আহিছিল সংক্ৰমিত লোকজন

    Omicron Variant : ভাৰতত অমিক্ৰনৰ চতুৰ্থটো সংক্ৰমণৰ ঘটনা, দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইলৈ আহিছিল সংক্ৰমিত লোকজন

    Omicron Variant : ৩৩ বছৰীয়া এই লোকজন মহাৰাষ্ট্ৰ বাসিন্দা। যোৱা মাহত এই লোকজনক কোৰোণা পজিটিভ পোৱা গৈছিল। এতিয়া তেওঁক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত পোৱা গৈছে।

    • Share this:
    ভাৰতত কোৰোণা ভাইৰাছৰ মাৰাত্মক ভেৰিয়েণ্ট অমিক্ৰনৰ চতুৰ্থটো সংক্ৰমণৰ ঘটনা (Omicron variant Case in India) পোহৰলৈ আহিছে। এটা দুটাকৈ অমিক্ৰমনৰ সংক্ৰমণৰ ঘটনা বাঢ়িব ধৰিছে ভাৰতত। গুজৰাট, কৰ্ণাটকৰ পিছত এইবাৰ মহাৰাষ্ট্ৰত অমিক্ৰনৰ সংক্ৰমণ (Maharashtra Omicron caseধৰা পৰিছে। দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইলৈঅহা এজন লোকৰ হেহত ধৰা পৰিছে অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমন।

    ৩৩ বছৰীয়া এই লোকজন মহাৰাষ্ট্ৰ বাসিন্দা। যোৱা মাহত এই লোকজনক কোৰোণা পজিটিভ পোৱা গৈছিল। এতিয়া তেওঁক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত পোৱা গৈছে। ভাৰতত অমিক্ৰণৰ এইটো চতুৰ্থটো নিশ্চিত কেছ মহাৰাষ্ট্ৰৰ প্ৰথমটো কেছ। লোকজনক কোভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে।

    উল্লেখ্য যে মহাৰাষ্ট্ৰৰ অমিক্ৰন সংক্ৰমিত এই লোকজনে কোভিড ভেকচিন (COVID 19 Vaccine) লোৱা নাছিল। ২৪ নৱেম্বৰত লোকজন মুম্বাই বিমানবন্দৰত উপস্থিত হোৱাত তেওঁৰ দেহত সামান্য জ্বৰ পোৱা গৈছিল আৰু পৰীক্ষা কৰোৱাত কোভিড পজিটিভ (Covid positive) পোৱা গৈছিল।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: