LIVE NOW

মহাৰাষ্ট্ৰ–হাৰিয়ানা বিধানসভা নিৰ্বাচন ২০১৯ LIVE, হাৰিয়ানাত ৯০খন আৰু মহাৰাষ্ট্ৰত ২৮৮খন আসনত ভোটগ্ৰহণ

দুয়োখন ৰাজ্যত বিজেপি চৰকাৰ আছে। হাৰিয়ানাত বিজেপিয়ে অকলে শাসনৰ গাদী দখল কৰি থকাৰ বিপৰীতে মহাৰাষ্ট্ৰত শিৱসেনাৰ সৈতে মিত্ৰজোঁট চৰকাৰ চলি আছে।

assam.news18.com | October 24, 2019, 6:30 PM IST
facebook Twitter google Linkedin
Last Updated October 24, 2019
auto-refresh
বহু প্ৰত্যাশিত হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা। বিজেপিৰ দখলত থকা দুয়োখন ৰাজ্যতে স্পষ্ট হ’ল দৃশ্যপট। ৰাজ্য দুখনত কি হ’ব নিৰ্বাচনী ফলাফল সেইলৈ এতিয়া সমগ্ৰ দেশতে তীব্ৰ উত্‍কণ্ঠা। উল্লেখযোগ্য যে, দেশৰ বহু কেইটা আগশাৰীৰ Exit Poll Agency এ ইতিমধ্যে দেশ দুখনত বিজেপিয়ে আকৌ ক্ষমতা দখল কৰিব বুলি স্পষ্ট ইংগিত দিছিল।
5:51 pm (IST)
10:45 am (IST)

Load More