• Home
  • »
  • News
  • »
  • nation
  • »
  • Maharashtra Rain : জলপ্ৰলয়ত ডুব যোৱা মহাৰাষ্ট্ৰত NDRFএ কেনেকৈ উদ্ধাৰ কৰিছে আৱদ্ধ মহিলাক, চাওক ভিডিঅ'

Maharashtra Rain : জলপ্ৰলয়ত ডুব যোৱা মহাৰাষ্ট্ৰত NDRFএ কেনেকৈ উদ্ধাৰ কৰিছে আৱদ্ধ মহিলাক, চাওক ভিডিঅ'

মহাৰাষ্ট্ৰত এই পৰ্যন্ত বানপানী আৰু ভূমিস্খলনত নিহত হৈছে ১৫৫ গৰাকী লোক। ৰাজ্যখনৰ ৮৭৫ খন গাঁও বুৰ গৈছে পানীত।

  • Share this:
মহাৰাষ্ট্ৰত প্ৰৱল বৃষ্টিপাতৰ পিছত হোৱা জলপ্ৰলয় আৰু ভূমিস্খলনৰ ঘটনাই জোকাৰি গৈছে ৰাজ্যখনক। এই পৰ্যন্ত বানপানী আৰু ভূমিস্খলনত নিহত হৈছে ১৫৫ গৰাকী লোক। ৰাজ্যখনৰ ৮৭৫ খন গাঁও বুৰ গৈছে পানীত। ৰাজ্যখনত  NDRFএ অব্যাহত ৰাখিছে ব্যাপক উদ্ধাৰ অভিযান। ভিতৰুৱা ঠাইবোৰলৈ গৈও আবদ্ধ মহিলাক কৰিছে উদ্ধাৰ। চাওক এই ভিডিঅ'।

এই বিডিঅটো ছেয়াৰ কৰিছে NDRFৰ DG সত্য নাৰায়ণ প্ৰধানে। মহাৰাষ্ট্ৰৰ বান বিধ্বস্ত এলেকাত এনেদৰেই মানৱ সেৱাৰ নিদৰ্শন ডাঙি ধৰিছে NDRFৰ সাহসী জোৱানসকলে।
Published by:Manjumoni Borah
First published: