মহালক্ষ্মী এক্সপ্ৰেছত আৱদ্ধ ৭০০ যাত্ৰী, উদ্ধাৰৰ বাবে NDRF বাহিনী মোতায়ন

মহাৰাষ্ট্ৰৰ বদলাপুৰত আৱদ্ধ যাত্ৰীবাহী ৰে’লখন

News18-Assam
Updated:July 27, 2019, 11:49 AM IST
মহালক্ষ্মী এক্সপ্ৰেছত আৱদ্ধ ৭০০ যাত্ৰী, উদ্ধাৰৰ বাবে NDRF বাহিনী মোতায়ন
Source- dainik Jagaran
News18-Assam
Updated: July 27, 2019, 11:49 AM IST
মহালক্ষ্মী এক্সপ্ৰেছত আৱদ্ধ ৭০০ যাত্ৰী। মুম্বাইত অব্যাহত থকা তীব্ৰ বৃষ্টিপাতৰ বাবে আৱদ্ধ হৈ পৰিছে ৰেল খন। মহাৰাষ্ট্ৰৰ বদলাপুৰত আবদ্ধ হৈছে যাত্ৰীবাহী ৰে’লখন।
থানে অঞ্চলত হোৱা বানৰ বাবে  ৰে’লখন আৱদ্ধ হৈ পৰিছে। যাত্ৰীসকলক উদ্ধাৰৰ বাবে NDRF বাহিনী মোতায়ন। ইতিমধ্যে এখন সাহায্যকাৰী ৰে’ল ঘটনাস্থলীলৈ প্ৰেৰণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৭,৮ দিনলৈ অব্যাহত থাকিব বৰষুণ।

চাওক কিদৰে আৱদ্ধ হৈ ৰৈছে মহালক্ষ্মী এক্সপ্ৰেছ

 


আৰু চাওক পৰৱৰ্তী বাতৰি