• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘নিজেও মৰিল, আনৰ দেহলৈও বিয়পালে কোৰোণা’- চিকিত্‍সাৰ নামৰ ৰোগীক ইটোৰ পিছত সিটো চুম্বন ‘চুমা বাবা’ৰ

‘নিজেও মৰিল, আনৰ দেহলৈও বিয়পালে কোৰোণা’- চিকিত্‍সাৰ নামৰ ৰোগীক ইটোৰ পিছত সিটো চুম্বন ‘চুমা বাবা’ৰ

চুমাৰে আনৰ চিকিত্‍সা কৰিবলৈ গৈ মৃত্যু হ’ল বাবাৰ

চুমাৰে আনৰ চিকিত্‍সা কৰিবলৈ গৈ মৃত্যু হ’ল বাবাৰ

চুমাৰে আনৰ চিকিত্‍সা কৰিবলৈ গৈ মৃত্যু হ’ল বাবাৰ

  • Share this:
আজৱ ঘটনা! চুমাৰে চলিছিল চিকিত্‍সা। কোৰোণা ভাইৰাছৰ মহামাৰীৰ সময়তে এজন ভণ্ড বাবাৰ আচৰিত কাণ্ড। মধ্য প্ৰদেশৰ ৰটলাম জিলাত চুম্বন কৰি ৰোগ নিৰাময় কৰাৰ দাবী কৰা বাবাই ৮৫ জনৰ দেহলৈ বিয়পালে কোৰোণা ভাইৰাছ।  আনকি ভক্তৰ হাতৰ চুমা খাই ৰোগ নিৰায়ম কৰাৰ দাবী কৰা বাবাও যোৱা ৪ জুনত মৃত্যু মুখত পৰে।

বাবাৰ সংস্পৰ্শলৈ অহা ৮৫ জনৰ দেহত এতিয়ালৈকে কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। ইয়াৰে ১৯ জন বাবাৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছিল। এই তথ্য সদৰী কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে। এতিয়া বাবাৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাই আছে ৰাজ্যখনৰ প্ৰশাসনে।
First published: