உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল গৌৰৰ দেহাৱসান

    মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল গৌৰৰ দেহাৱসান

    ৭ আগষ্টত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

    ৭ আগষ্টত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

    ৭ আগষ্টত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

    • Share this:
      মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল গৌৰৰ দেহাৱসান। আজি পুৱা নৰ্মদা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। হৃদৰোগত আক্ৰান্ত হৈ ১৪ দিন ধৰি চিকিৎসাধীন হৈ আছিল বাবুলাল গৌৰ। মঙলবাৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল গৌৰৰ। চিকিৎসকে জনোৱা অনুসৰি গৌৰৰ বৃক্ক সম্পূৰ্ণৰূপে বিকল হৈছিল। ৭ আগষ্টত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।
      First published: