• Home
  • »
  • News
  • »
  • nation
  • »
  • কোৰোণাত আক্ৰান্ত হ’ল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান

কোৰোণাত আক্ৰান্ত হ’ল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান

নিজৰ শৰীৰত কোৰোণা ধৰা পৰাৰ পিছতে সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিক অতি সোনকালে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পৰামৰ্শ দিছে শিৱৰাজে।

  • Share this:
এইবাৰ কোৰোণাত আক্ৰান্ত হ’ল মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। স্বাৱ পৰীক্ষা কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে। বৰ্তমান শিৱৰাজ সিং চৌহানক ভূপালৰ চিৰায়ু হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

নিজৰ শৰীৰত কোৰোণা ধৰা পৰাৰ পিছতে সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিক অতি সোনকালে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে কোৱাৰেণ্টাইনত থকাৰ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰৰ জৰিয়তে লিখিছে- ‘আমাৰ ৰাজ্যৰ সকলোকে অনুৰোধ কৰিছো, সতৰ্ক থাকক। অন্যথা দেহত সোমাব পাৰে কোৰোণা ভাইৰাছ।’
Published by:Himangshu Bhuyan
First published: