মুখ্যপৃষ্ঠা »খবৰ »দেশ »গাঞ্জাসহ গ্ৰেপ্তাৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী, ৮ নৱেম্বৰলৈ থাকিব লাগিব জে’লত

গাঞ্জাসহ গ্ৰেপ্তাৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী, ৮ নৱেম্বৰলৈ থাকিব লাগিব জে’লত

প্ৰীতিকা এগৰাকী টিভি অভিনেত্ৰী হিচাপে জনপ্ৰিয়। সাৱধান ইণ্ডিয়া, চি আই ডি, সংকটমোচন মহাবলি হনুমান আদিৰ লগতে কেইবাটাও শ্ব’ত অংশগ্ৰহণ কৰিছিল প্ৰীতিকাই। মা বৈষ্ণোদেৱী ছিৰিয়েলত ভূমিদেৱীৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

  • Share this:
জনপ্ৰিয় টিভি অভিনেত্ৰী প্ৰীতিকা চৌহানক গাঞ্জাসহ এন চি বিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰেৰণ কৰিছে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ১০০ গ্ৰাম গাঞ্জাসহ প্ৰীতিকাৰ সৈতে আন এজনকো গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰীতিকাই ৮ নৱেম্বৰলৈ থাকিব লাগিব জে’লত।

প্ৰীতিকা এগৰাকী টিভি অভিনেত্ৰী হিচাপে জনপ্ৰিয়। সাৱধান ইণ্ডিয়া, চি আই ডি, সংকটমোচন মহাবলি হনুমান আদিৰ লগতে কেইবাটাও শ্ব’ত অংশগ্ৰহণ কৰিছিল প্ৰীতিকাই। মা বৈষ্ণোদেৱী ছিৰিয়েলত ভূমিদেৱীৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

সংবাদ প্ৰতিষ্ঠান এ এন আই–এ কয়, ‘‘মুম্বাই জ’নেল ইউনিটৰ এটা দলে ৯৯ গ্ৰাম গাঞ্জাসহ দুগৰাকী ব্যক্তিক আটক কৰিছে। আটক হোৱা দুগৰাকী হৈছে ফেইজল আৰু টিভি অভিনেত্ৰী প্ৰীতিকা চৌহান। দুয়োকে গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱা হয়। – এনচিবি।’’

উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা মুম্বাই আৰু পাৰ্শ্বৱৰ্তী স্থানসমূহত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে নাৰ্ক’টিক কন্ট্ৰ’ল ব্যূৰ’ৱে। বলীউদ অভিনেত্ৰী দীপিকা পাডুকণ, ছাৰা আলী খান, ৰাকুল প্ৰীত সিং আৰু শ্ৰদ্ধা কাপুৰকো সোধা–পোছা কৰিছিল এনচিবিয়ে।

শেহতীয়া বাতৰি