মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»LPG Price Hike: পহিলা জুলাইত সৰ্বসাধাৰণৰ বাবে বেয়া খবৰ ! ২৫ টকাৰো অধিক বাঢ়িল গেছ চিলিণ্ডাৰৰ দাম... জানক কিমান হ'ল মূল্য...

LPG Price Hike: পহিলা জুলাইত সৰ্বসাধাৰণৰ বাবে বেয়া খবৰ ! ২৫ টকাৰো অধিক বাঢ়িল গেছ চিলিণ্ডাৰৰ দাম... জানক কিমান হ'ল মূল্য...

Kokil Sarma | News18-Assam
Updated:July 1, 2021, 9:56 AM IST
LPG Price Hike: পহিলা জুলাইত সৰ্বসাধাৰণৰ বাবে বেয়া খবৰ ! ২৫ টকাৰো অধিক বাঢ়িল গেছ চিলিণ্ডাৰৰ দাম... জানক কিমান হ'ল মূল্য...
LPG Price Today: জুলাই মাহৰ প্ৰথম দিনটোতে সাধাৰণ মানুহক হতবাক কৰি তুলিছে। প্ৰতিদিনে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ পিছত আজি এলপিজি গেছ চিলিণ্ডাৰৰ (LPG Gas cylinder price) মূল্যও বৃদ্ধি পাইছে।

LPG Price Today: জুলাই মাহৰ প্ৰথম দিনটোতে সাধাৰণ মানুহক হতবাক কৰি তুলিছে। প্ৰতিদিনে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ পিছত আজি এলপিজি গেছ চিলিণ্ডাৰৰ (LPG Gas cylinder price) মূল্যও বৃদ্ধি পাইছে।

  • Share this:
LPG Price Today: জুলাই মাহৰ প্ৰথম দিনটোতে সাধাৰণ মানুহক হতবাক কৰি তুলিছে। প্ৰতিদিনে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ পিছত আজি এলপিজি গেছ চিলিণ্ডাৰৰ (LPG Gas cylinder price) মূল্যও বৃদ্ধি পাইছে। চৰকাৰী তেল কোম্পানীবোৰে ঘৰুৱা এলপিজি ২৫.৫০ টকা বৃদ্ধি কৰিছে। বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৮৪ টকা বৃদ্ধি পাইছে।

এই বৃদ্ধিৰ সৈতে, দেশৰ ৰাজধানী দিল্লীত ১৪.২ কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ মূল্য ৮৩৪ টকালৈ বৃদ্ধি হৈছে। এই চিলিণ্ডাৰবোৰ কলকাতাত ৮৬১ টকা, মুম্বাইত ৮৩৪.৫ টকা আৰু চেন্নাইত ৮৫০ টকাত উপলব্ধ।

১ জুলাইত গেছ চিলিণ্ডাৰৰ মূল্য পৰীক্ষা কৰোঁ আহক (LPG Gas Cylinder Price on 1 July 2021)

>> দিল্লী - ৮৩৪ টকা
>> কলকাতা - ৮৬১ টকা
>> মুম্বাই - ৮৩৪.৫০ টকা
>> চেন্নাই - ৮৫০ টকা
Published by: Kokil Sarma
First published: July 1, 2021, 9:54 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি