• Home
  • »
  • News
  • »
  • nation
  • »
  • Extramarital Affair: নবৌৰ সৈতে দেওৰৰ পৰকীয়া প্ৰেম! ধৰা পেলালে ককায়েকে! তাৰ পিছত...

Extramarital Affair: নবৌৰ সৈতে দেওৰৰ পৰকীয়া প্ৰেম! ধৰা পেলালে ককায়েকে! তাৰ পিছত...

নিজৰ পত্নী আৰু ভাতৃৰ অবৈধ প্ৰেমৰ বিষয়ে ধৰা পেলালে ডাঙৰ ককায়েকে।

নিজৰ পত্নী আৰু ভাতৃৰ অবৈধ প্ৰেমৰ বিষয়ে ধৰা পেলালে ডাঙৰ ককায়েকে।

নিজৰ পত্নী আৰু ভাতৃৰ অবৈধ প্ৰেমৰ বিষয়ে ধৰা পেলালে ডাঙৰ ককায়েকে।

  • Share this:
উত্তৰ প্ৰদেশৰ কুশীনগৰ জিলাত সৰু ভায়েকে হত্যা কৰিলে নিজৰ ডাঙৰ ভায়েকক। হত্যা কৰাৰ কাৰণ হ'ল- দেওৰ আৰু নবৌৰ মাজৰ পৰকীয়া প্ৰেম। আৰু নিজৰ পত্নী আৰু ভাতৃৰ অবৈধ প্ৰেমৰ কথা জানিব পাৰে ডাঙৰ ককায়েকে। পিছত ঘটনাৰ সন্দৰ্ভত মৃত লোকজনৰ ভাতৃ আৰু পত্নীক গ্ৰেপ্তাৰ কৰে।

তাৰ পিছতে ঘটনাৰ সন্দৰ্ভথ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। তদন্তত ধৰা পৰে যে, মৃত লোকজনৰ পত্নী আৰু ভাতৃৰ মাজত অবৈধ সম্পৰ্ক আছিল। আৰক্ষীয়ে ইতিমধ্যে দুয়োজনকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। ১৯ ডিচেম্বৰত তাবালিৰ চাকাৰোলি গাঁৱৰ চাকাৰোলি গাঁৱৰ বাসিন্দা সন্তোষ সাহানী নামৰ লোকজনে পথাৰত পৰি থকা মৃতদেহৰ বিষয়ে তথ্য লাভ কৰে ৷ পত্নীৰ সৈতে ভাতৃৰ অবৈধ সম্পৰ্ক ধৰা পেলোৱাৰ পিছতে পত্নীয়ে দেওৰেকৰ সৈতে লগ হৈ হত্যা কৰে স্বামীক।

আৰক্ষীয়ে তদন্ত কৰি জানিব পাৰিলে যে, মৃতকৰ ভায়েক ৰঞ্জনৰ সম্পৰ্ক আছে লোকজনৰ পত্নীৰ সৈতে ৷ জেৰাত এই কথা স্বীকাৰো কৰে ৰঞ্জনে।
Published by:Himangshu Bhuyan
First published: