CAA প্ৰতিবাদৰ কাৰণে অসমৰ পৰা কি কি ৰে’ল বাতিল?

News18 Assam | News18-Assam
Updated:December 16, 2019, 7:16 PM IST
CAA প্ৰতিবাদৰ কাৰণে অসমৰ পৰা কি কি ৰে’ল বাতিল?
পশ্চিম বংগৰ হিংসাত্মক প্ৰতিবাদৰ কাৰণে বাতিল বহুকেইখন ৰে’ল।

পশ্চিম বংগৰ হিংসাত্মক প্ৰতিবাদৰ কাৰণে বাতিল বহুকেইখন ৰে’ল।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদৰ কাৰণে আজিও বিভিন্ন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। পশ্চিম বংগৰ ৰে’ল ষ্টেশ্যনৰ বৃহৎ ক্ষতিসাধন কৰিছে প্ৰতিবাদকাৰীয়ে সেইকাৰণে অসমৰ পৰা দাক্ষিণাত্যলৈ যোৱা সকলো ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। পৰিস্থিতি শাম কাটিলেহে মুকলি কৰা হ’ব ৰে’ল সেৱা। মেৰামতি নোহোৱা পৰ্যন্ত বাতিল থাকিব সেৱা।

অসমৰ পৰা আজি বাতিল কি কি ৰে’লৰ সেৱা?

12041 হাওৰা–নিউ জলপাইগুৰি শতাব্দী এক্সপ্ৰেছ

বাতিল 12042 নিউ জলপাইগুৰি–হাওৰা শতাব্দী এক্সপ্ৰেছ
বাতিল 12344 নিউ জলপাইগুৰি–শিয়ালদাহ ৰে’৸ল
বাতিল 12345 হাওৰা–হাওৰা শৰাইঘাট এক্সপ্ৰেছ
বাতিল 12346 গুৱাহাটী–হাওৰা শৰাইঘাট এক্সপ্ৰেছ

বাতিল 12378 নিউ আলিপুৰদুৱাৰ–শিয়ালদাহ পদাতিক এক্সপ্ৰেছ
বাতিল 13034 কাটিহাৰ–হাওৰা এক্সপ্ৰেছ
বাতিল 13064 বালুৰঘাট–হাওৰা এক্সপ্ৰেছ
বাতিল 13142 নিউ আলিপুৰদুৱাৰ–শিয়ালদাহ টীষ্টা টৰ্ছা এক্সপ্ৰেছ
বাতিল 23142 হলিডিবাৰী–ৰাণীনগৰ লিঙ্ক এক্সপ্ৰেছ
বাতিল 13146 ৰাধিকাপোৰ–কলকাতা এক্সপ্ৰেছ
বাতিল 13148 নিউ কোচবিহাৰ–শিয়ালদাহ উত্তৰ বংগ এক্সপ্ৰেছ
বাতিল 13150 আলিপুৰদুৱাৰ জংচন–শিয়ালদাহ কাঞ্চন কন্যা এক্সপ্ৰেছ
বাতিল 13162 বালুৰঘাট–কলকাতা এক্সপ্ৰেছ
বাতিল 13164 ছহাৰ্শ্ব জংচন–শিয়ালদাহ হাট–বজাৰ এক্সপ্ৰেছ
বাতিল 15712 কাটিহাৰ–হাওৰা এক্সপ্ৰেছ
১৫ ডিচেম্বৰৰ দিনটোত বাতিল কৰা হৈছিল
বাতিল 15930 ডিব্ৰুগড়–টাম্বাৰম এক্সপ্ৰেছ
১৭ ডিচেম্বৰৰ দিনটোত বাতিল কৰা হৈছেঃ
বাতিল 13174 আগৰতলা–শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ
বাতিল 12504 আগৰতলা–বেংগালুৰু হামছফৰ এক্সপ্ৰেছ
আৰু চাওক
পৰৱৰ্তী বাতৰি