গাড়ীৰ সৈতে বাইকৰ প্ৰচণ্ড খুন্দা, শূণ্যত বাইক চালক...চাওক শিহৰণকাৰী VIDEO

News18 Assam | News18-Assam
Updated:January 28, 2020, 3:11 PM IST
গাড়ীৰ সৈতে বাইকৰ প্ৰচণ্ড খুন্দা, শূণ্যত বাইক চালক...চাওক শিহৰণকাৰী VIDEO
উত্তৰাখণ্ডৰ মুচৌৰীত হৈছে এই দুৰ্ঘটনা।

উত্তৰাখণ্ডৰ মুচৌৰীত হৈছে এই দুৰ্ঘটনা।

  • Share this:
পাহাৰীয়া একা–বেকা বাটেৰে তীব্ৰবেগেৰে আহি থকা এখন বাইকে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে এখন গাড়ীত। লগে লগে বাইকৰ পৰা উফৰি পৰে বাইক চালক। উত্তৰাখণ্ডৰ মুচৌৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। বিট এণ্ড বাইট নামৰ কেফেখনৰ সমীপত হোৱা দুৰ্ঘটনাত আহত যুৱকজনক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। এই ভয়ংকৰ দুৰ্ঘটনাৰ ভিডিওই জোকাৰিছে সকলোকে। চাওক সেই ভিডিওঃ 

আৰু চাওক
পৰৱৰ্তী বাতৰি