বৰ্তমানৰ শিক্ষা ব্যৱস্থাক লৈ ক্ষোভ এটি কণমানিৰ, ছচিয়েল মিডিয়াত খলকনি তুলিছে এই ভিডিঅ’টোৱে, চাওক VIDEO

News18 Assam | News18-Assam
Updated:November 26, 2019, 8:12 AM IST
বৰ্তমানৰ শিক্ষা ব্যৱস্থাক লৈ ক্ষোভ এটি কণমানিৰ, ছচিয়েল মিডিয়াত খলকনি তুলিছে এই ভিডিঅ’টোৱে, চাওক VIDEO
পুৱা ৫ বজাৰ পৰা কিদৰে দৈনন্দিন ৰুটিন আৰম্ভ হয়, সকলো ক্ষোভেৰে প্ৰকাশ কৰিছে কণমানিটিয়ে।

পুৱা ৫ বজাৰ পৰা কিদৰে দৈনন্দিন ৰুটিন আৰম্ভ হয়, সকলো ক্ষোভেৰে প্ৰকাশ কৰিছে কণমানিটিয়ে।

  • Share this:
বৰ্তমানৰ শিক্ষা ব্যৱস্থাক লৈ ক্ষোভ এটি কণমানিৰ। পুৱা ৫ বজাৰ পৰা কিদৰে দৈনন্দিন ৰুটিন আৰম্ভ হয়, সকলো ক্ষোভেৰে প্ৰকাশ কৰিছে কণমানিটিয়ে। পুৱাই স্কুললৈ গৈ ১ বজাত উভতি আহি হোমৱৰ্ক, তাৰ পিছত টিউচন। ৪ বজাত টিউচনৰ পৰা উভতি টিউচনৰ হোমৱৰ্ক। টিউচনৰ হোমৱৰ্ক কৰাৰ পিছত আকৌ স্কুলৰ বাকী থকা হোমৱৰ্ক কৰিব লাগে। তাৰ পিছত আকৌ টিউচন। টিউচনৰ পৰা উভতি অলপ শুই নিশা আকৌ স্কেটিং ক্লাছ। স্কেটিং ক্লাছৰ পৰা উভতি আকৌ ড্ৰয়িং ক্লাছ। এইদৰেই দিনটোৰ সমগ্ৰ ঘটনাক্ৰমৰ বিৱৰণী দিছে কণমানিটিয়ে। এই ব্যৱস্থাৰ পৰা মুক্তি লাগে বুলিও মন্তব্য কৰে শিশুটিয়ে।

চাওক ভিডিঅ’টো :

আৰু চাওক
পৰৱৰ্তী বাতৰি