বিপিন ৰাৱটৰ পিছত লেফ্টেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নৰৱানে হ’ব ভাৰতীয় সেনাৰ মুৰব্বী

News18 Assam | News18-Assam
Updated:December 16, 2019, 10:38 PM IST
বিপিন ৰাৱটৰ পিছত লেফ্টেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নৰৱানে হ’ব ভাৰতীয় সেনাৰ মুৰব্বী
ভাৰতীয় সেনাৰ নতুন মুৰব্বী হ’ব নৰৱানে

ভাৰতীয় সেনাৰ নতুন মুৰব্বী হ’ব নৰৱানে

  • News18 Assam
  • Last Updated: December 16, 2019, 10:38 PM IST
  • Share this:
বিপিন ৰাৱটৰ পিছত লেফ্টেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নৰৱানেক ভাৰতীয় সেনাৰ মুৰব্বী হিচাপে নিয়োগ কৰা হ’ব। দেশৰ সেনাৰ নতুন মুৰব্বী হ’ব নৰৱানে। ভাৰতীয় সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটৰ পিছত মনোজ মুকুন্দ নৰৱানেই চম্ভালি ল’ব ভাৰতীয় সেনা প্ৰধানৰ দায়িত্ব।

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত লেফ্টেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নৰৱানেই ভাৰতীয় সেনাৰ উপ–প্ৰমুখৰ দায়িত্ব লাভ কৰিছিল। ২০১৯ চনৰ ৩১ ডিচেম্বৰ তাৰিখে জেনেৰেল বিপিন ৰাৱটৰ কাৰ্যকাল অন্ত পৰাৰ পিছত নতুন সেনা প্ৰধানৰ দায়িত্বভাৰ গ্ৰহণ কৰিব মনোজ মুকুন্দ নৰৱানেই।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading