মুখ্যপৃষ্ঠা »খবৰ »দেশ »কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ অসুস্থ, হাস্পতালত ভৰ্তি

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ অসুস্থ, হাস্পতালত ভৰ্তি

হাস্পতাল সূত্ৰই জানিবলৈ দিয়া অনুসৰি, লতা মংগেশকাৰৰ শ্বাস–প্ৰশ্বাস লোৱাত কষ্ট হৈছিল।

হাস্পতাল সূত্ৰই জানিবলৈ দিয়া অনুসৰি, লতা মংগেশকাৰৰ শ্বাস–প্ৰশ্বাস লোৱাত কষ্ট হৈছিল।

হাস্পতাল সূত্ৰই জানিবলৈ দিয়া অনুসৰি, লতা মংগেশকাৰৰ শ্বাস–প্ৰশ্বাস লোৱাত কষ্ট হৈছিল।

  • Share this:
    বলীউদৰ প্ৰখ্যাত গায়িকা লতা মংগেশকাৰ অসুস্থ। সোমবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হয় গায়িকাগৰাকীক। হাস্পতাল সূত্ৰই জানিবলৈ দিয়া অনুসৰি, লতা মংগেশকাৰৰ শ্বাস–প্ৰশ্বাস লোৱাত কষ্ট হৈছিল। বৰ্তমান স্বাস্থ্যৰ কিছু উন্নতি হৈছে আৰু ঘৰলৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য যে ভাৰতৰ সবাতোকৈ সন্মানীয় নেপথ্য কণ্ঠশিল্পীগৰাকীয়ে ৩৬টাতকৈ অধিক ভাৰতীয় ভাষাত গীত গাই সংগীত জগতলৈ মহৎ অৱদান আগবঢ়াইছে।

    শেহতীয়া বাতৰি