உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Lata Mangeshkar : কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ কোৰোণাত আক্ৰান্ত, ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি

    Lata Mangeshkar : কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ কোৰোণাত আক্ৰান্ত, ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি

    Photo : ANI/Twitter

    Photo : ANI/Twitter

    বৰ্তমান লতা মংগেশকাৰৰ দেহত কোৰোণাৰ সামান্য লক্ষণ দেখা গৈছে।

    • Share this:


    কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ কোৰোণাত আক্ৰান্ত। মঙলবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয় গায়িকাগৰাকীক। বৰ্তমান লতা মংগেশকাৰৰ দেহত কোৰোণাৰ সামান্য লক্ষণ দেখা গৈছে। পৰিয়ালৰ লোকে জনাইছে যে বৰ্তমান গায়িকাগৰাকীৰ স্বাস্থ্য ঠিকেই আছে যদিও বয়সৰ বাবে আই চি ইউত ভৰ্তি কৰোৱা হৈছে।

    Published by:Sanjay Kumar Das
    First published: