EVM কঢ়িয়াই নিয়া হেলিকপ্তাৰ উৰাই দিয়াৰ লক্ষ্য! অৰুণাচলৰ হেলিপেডত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক

ঘটনাক লৈ স্থানীয় ৰাইজৰ ক্ষোভৰ বিস্ফোৰণ।

news18assam
Updated:April 30, 2019, 11:15 AM IST
EVM কঢ়িয়াই নিয়া হেলিকপ্তাৰ উৰাই দিয়াৰ লক্ষ্য! অৰুণাচলৰ হেলিপেডত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক
ঘটনাক লৈ স্থানীয় ৰাইজৰ ক্ষোভৰ বিস্ফোৰণ।
news18assam
Updated: April 30, 2019, 11:15 AM IST

অৰুণাচল প্ৰদেশৰ ক’ল’ৰিয়াঙত বৃহত্‍ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ।  EVM কঢ়িয়াবলগীয়া হেলিপেডত উদ্ধাৰ ৩৭ ডাল জিলেটিনৰ এটা বাণ্ডিল। EVM কঢ়িয়াই নিয়া হেলিকপ্টাৰত বিস্ফোৰণৰ পৰিকল্পনাৰে বিস্ফোৰকখিনি ৰখাৰ সন্দেহ। অৰুণাচলত শনিবাৰে ১৭টা কেন্দ্ৰত অনুষ্ঠিত হোৱা পুনৰ ভোটগ্ৰহণৰ EVM সমূহ ধ্বংস কৰাৰ অভিসন্ধিৰ সন্দেহ। অঞ্চলটোত বিস্ফোৰক উদ্ধাৰৰ পিছতে উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ। ক্ষোভিত ৰাইজে ঘেৰাও কৰে কুৰুং কুমে জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়। শীঘ্ৰে আৰক্ষী অধীক্ষকক ঘটনাৰ সঠিক তদন্তৰ দাবী ৰাইজৰ ।



চাওক এই ভিডিঅ’:


আৰু চাওক পৰৱৰ্তী বাতৰি