உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ভয়ংকৰ ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰে যোগাযোগ বিচ্ছিন্ন, আবদ্ধ শতাধিক যান–বাহন

    ভয়ংকৰ ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰে যোগাযোগ বিচ্ছিন্ন, আবদ্ধ শতাধিক যান–বাহন

    নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ।

    নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ।

    নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ।

    • Share this:
    মেঘালয়ৰ ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ লুমছুলুং অঞ্চলত ভূমিস্খলন। নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ। যোৱানিশাৰে পৰা লুমছুলুং অঞ্চলত আবদ্ধ হৈ আছে কেইবা শতাধিক যান–বাহন। ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাৰ বাবে আন প্ৰান্তৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৰাক উপত্যকা, ত্ৰিপুৰা আৰু মিজোৰামৰ।
    Published by:Sanjay Kumar Das
    First published: