
নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ।
নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ।
মেঘালয়ৰ ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ লুমছুলুং অঞ্চলত ভূমিস্খলন। নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ। যোৱানিশাৰে পৰা লুমছুলুং অঞ্চলত আবদ্ধ হৈ আছে কেইবা শতাধিক যান–বাহন। ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাৰ বাবে আন প্ৰান্তৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৰাক উপত্যকা, ত্ৰিপুৰা আৰু মিজোৰামৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|