বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / PFIৰ প্ৰতিবাদত কেৰালাত হিংসাত্মক পৰিস্থিতি, হেলমেট পিন্ধি বাছ চলালে চালকে

PFIৰ প্ৰতিবাদত কেৰালাত হিংসাত্মক পৰিস্থিতি, হেলমেট পিন্ধি বাছ চলালে চালকে

PFIৰ প্ৰতিবাদত কেৰালাত হিংসাত্মক পৰিস্থিতি, হেলমেট পিন্ধি বাছ চলালে চালকে

কেৰালাত পিএফআইৰ প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা। কেএছআৰটিচিৰ বাছত বিভিন্ন স্থানত আক্ৰমণ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

PFIৰ প্ৰতিবাদত কেৰালাত হিংসাত্মক পৰিস্থিতি। দুষ্কৃতিকাৰীয়ে বিগত ৫ ঘণ্টাত ক্ষতিসাধন কৰিলে ১৫০খনৰো অধিক বাহন। কুন্নুৰত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি কেৰচিন বোমা নিক্ষেপ। ২০জনৰো অধিক লোকক গ্ৰেপ্তাৰ।

কেৰালাত পিএফআইৰ প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা। কেএছআৰটিচিৰ বাছত বিভিন্ন স্থানত আক্ৰমণ। ইয়াৰ মাজতে কেআৰটিচি চালকৰ এক ভিডিঅ’ ভাইৰেল হৈছে। এৰ্নাকুলাম আলুৱাৰ এজন কেএছআৰটিচি চালকৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। কেএছআৰটিচি বাছ চালকজনে প্ৰতিবাদৰ ফলত শিলাবৰ্ষণৰ বৰা ৰক্ষা পাবৰ বাবে হেলমেট পিন্ধি বাছ চলোৱা দেখা গ’ল।

বিজ্ঞাপন

পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধৰ আহ্বান জনাইছিল পিএফআয়ে। পিএফআই নেতা–কৰ্মীৰ বিৰুদ্ধে অভিযানৰ বিৰোধিতাৰে এই প্ৰতিবাদ পিএফআইৰ। দিল্লীত ৰুজু হোৱা এক গোচৰত এনআইএই দেশজুৰি পিএফআইৰ বিৰুদ্ধে অভিযান চলাইছে। ১৩ ৰাজ্যত ১০৬জন লোকক গ্ৰেপ্তাৰ কৰিছে।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
Tags: Kerala , PFI
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন