সংৰক্ষিত হ’ব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কলকাতাৰ বাসগৃহ

News18 Assam | News18-Assam
Updated:January 4, 2020, 6:31 PM IST
সংৰক্ষিত হ’ব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কলকাতাৰ বাসগৃহ
source-Google

নতুন বছৰৰ আৰম্ভণিতে অসমবাসীলৈ এটা ভাল খবৰ

  • Share this:
নতুন বছৰৰ আৰম্ভণিতে অসমবাসীলৈ এটা ভাল খবৰ। সংৰক্ষিত হ’ব ভাৰতৰত্ন ভূপেন হাজৰিকাৰ কলকাতাস্থিত বাসগৃহ। হেৰিটেছ বিল্ডিঙৰ তালিকাত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ। এই তালিকাত অন্তৰ্ভুক্ত সৰ্বমুঠ ১,২০০টা বাসগৃহ । কলকাতা পৌৰ নিগমে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। ইতিমধ্যে ভূপেন হাজৰিকাৰ বাসগৃহ সংৰক্ষণৰ বাবে  কলকাতাৰ পৌৰ নিগমৰ বৈঠকত অনুমোদন জনোৱা হৈছে।
Published by: Himangshu Bhuyan
First published: January 4, 2020, 6:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading