মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»WhatsApp, Instagram, Facebook down: হঠাৎ হোৱাটছএপ, ফেচবুক আৰু ইনষ্টাগ্ৰামে কাম কৰা নাই?...জানক কাৰণ

WhatsApp, Instagram, Facebook down: হঠাৎ হোৱাটছএপ, ফেচবুক আৰু ইনষ্টাগ্ৰামে কাম কৰা নাই?...জানক কাৰণ

News18 Assam | News18-Assam
Updated:March 20, 2021, 12:00 AM IST
WhatsApp, Instagram, Facebook down: হঠাৎ হোৱাটছএপ, ফেচবুক আৰু ইনষ্টাগ্ৰামে কাম কৰা নাই?...জানক কাৰণ
Here's what has happened: দেশৰ বিভিন্ন প্ৰান্তৰ লোকে টুইটাৰত এই সন্দৰ্ভত মন্তব্য কৰিছে।

Here's what has happened: দেশৰ বিভিন্ন প্ৰান্তৰ লোকে টুইটাৰত এই সন্দৰ্ভত মন্তব্য কৰিছে।

  • Share this:
শুকুৰবাৰে নিশা ১১বজাৰ পৰা হঠাৎ ভালেমান সময়ৰ কাৰণে হোৱাটছএপ, ফেচবুক আৰু ইনষ্টাগ্ৰাম অচল হৈ পৰে। এজন, দুজন নহয় হাজাৰ হাজাৰ উপভোক্তাৰ একেসময়তে WhatsApp, Instagram, Facebook down হৈ পৰে। Users সকলে ‘unable to refresh feed’ পোৱাৰ লগতে Send বা receive messages কৰিব পৰা নাছিল।

ট্ৰেকিং ৱেবছাইট (tracking website) DownDetectorৰ মতে প্ৰায় 38,000ৰো অধিক লোকে মেচেজ ৰিচিভ আৰু পঠিয়াব নোৱাৰাৰ কথা WhatsAppক অৱগত কৰিছে। আনহাতে Instagram আৰু Facebook–ত প্ৰায় 30,000 আৰু 1,600 report ক্ৰমে দাখিল কৰা হৈছে।

এই অচল হোৱাৰ কাৰণ (outage)ৰ ক্ষেত্ৰত কোনো আনুষ্ঠানিক মন্তব্য কোম্পানীয়ে প্ৰকাশ কৰা নাই যদিও দেশৰ বিভিন্ন প্ৰান্তৰ লোকে টুইটাৰত এই সন্দৰ্ভত মন্তব্য কৰিছে। DownDetector–ৰ তথ্য মতে 67 শতাংশ লোকে নিজৰ Instagram–ত নিজৰ news feed ৰিফ্ৰেছ কৰিব নোৱাৰাৰ বিপৰীতে 19% ই একাউণ্ট লগ ইন কৰিব পৰা নাই। আনহাতে বাকী ৰোৱা 13% ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰামক লৈ প্ৰতিক্ৰিয়াহীনতাৰ অভিযোগ কৰিছে।

আনহাতে বেছিভাগ WhatsApp users–এ মেচেজ send বা receive কৰিব পৰা নাই। আনহাতে Facebook users সকলে ৱেবছাইট আৰু Mobile Appত সম্পূৰ্ণ ব্লেক আউটৰ অভিযোগ কৰিছে।
First published: March 19, 2021, 11:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি