• Home
  • »
  • News
  • »
  • nation
  • »
  • কেৰালাত ৰানৱেত পিচলি দুটুকুৰা হ'ল এয়াৰ ইণ্ডিয়াৰ বিমান, পাইলট সহ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫জনলৈ বৃদ্ধি

কেৰালাত ৰানৱেত পিচলি দুটুকুৰা হ'ল এয়াৰ ইণ্ডিয়াৰ বিমান, পাইলট সহ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫জনলৈ বৃদ্ধি

কেৰালাৰ কোঝিকোডত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ বিমান দুৰ্ঘটনা। লেণ্ডিঙৰ সময়ত সংঘটিত হয় দুৰ্ঘটনা।

কেৰালাৰ কোঝিকোডত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ বিমান দুৰ্ঘটনা। লেণ্ডিঙৰ সময়ত সংঘটিত হয় দুৰ্ঘটনা।

কেৰালাৰ কোঝিকোডত শুকুৰবাৰে সংঘটিত হয় ভয়ংকৰ বিমান দুৰ্ঘটনা। লেণ্ডিঙৰ সময়ত সংঘটিত হয় দুৰ্ঘটনা।

  • Share this:
কেৰালাৰ কোঝিকোডত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। ১৪ গৰাকী গুৰুতৰ ভাবে আহত হোৱাৰ লগতে মুঠ আহত হৈছে ১২৩ জনকৈ যাত্ৰী। ৰানৱে’ত পিচলি দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন দুটুকুৰা হৈ যায়।



উল্লেখযোগ্য যে, কোঝিকোডৰ কৰিপুৰ বিমানবন্দৰত এয়াৰ ইণ্ডিয়াৰ বিমানখন লেণ্ডিং কৰাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো। বিমানখন ডুবাইৰ পৰা কালীকোট লৈ গৈ আছিল। জানিব পৰা মতে, বিমানখনত আছিল প্ৰায় ১৯১ গৰাকী যাত্ৰী। বৰ্তমান চলি আছে উদ্ধাৰ অভিযান।


Published by:Himangshu Bhuyan
First published: