মুখ্যপৃষ্ঠা »খবৰ »দেশ »১৯ শিশুক যৌন নিৰ্যাতন চলোৱা মাদ্ৰাছাৰ শিক্ষক জালত

১৯ শিশুক যৌন নিৰ্যাতন চলোৱা মাদ্ৰাছাৰ শিক্ষক জালত

১৯ গৰাকী শিশুক বলাত্কাৰ কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল কেৰেলাৰ ৬৩ বছৰীয়া শিক্ষক ৰূপী এটা দানৱ

১৯ গৰাকী শিশুক বলাত্কাৰ কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল কেৰেলাৰ ৬৩ বছৰীয়া শিক্ষক ৰূপী এটা দানৱ

১৯ গৰাকী শিশুক বলাত্কাৰ কৰি অৱশেষত আৰক্ষীৰ জালত পৰিল কেৰেলাৰ ৬৩ বছৰীয়া শিক্ষক ৰূপী এটা দানৱ

  • Share this:
    সমগ্ৰ দেশক জোকাৰি যোৱা এক ঘটনা। কেৰেলাৰ মানুহ ৰূপী এটা অসুৰৰ কামনাৰ বলি হ’ল ১৯ গৰাকীকৈ শিশু। কেৰেলাৰ কোট্টায়ামৰ এখন মাদ্ৰাছাৰ শিক্ষক ৰূপে কৰ্মৰত ৬৩ বছৰীয়া ইউছুফ নামৰ লোকজনে বিগত দুবছৰ ধৰি মাদ্ৰাছাখনৰ শিশুৰ ওপৰত চলাই আহিছিল অকথ্য যৌন নিৰ্যাতন। দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাদ্ৰাছাখনৰ পৰা গ্ৰেপ্তাৰ কৰে ইউছুফক।

    ধৃত ইউছুফৰ ঘৰ কেৰালাৰ আলোভা জিলাত বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে। অভিযুক্ত ইউছুফ কট্টায়াম জিলাৰ এখন মাদ্ৰাছাত কৰ্মৰত। দুবছৰ ধৰি মাদ্ৰাছাখনত পাঠদান কৰাৰ গয়নালৈ অধ্যয়নৰত শিশু সকলৰ যৌন নিৰ্যাতন চলাই আহিছিল ইউছুফ নামৰ এই ৬৩ বছৰীয়া পাষণ্ডই।উল্লেখযোগ্য যে কৰ্তৃপক্ষক মান্তি কৰাই মাদ্ৰাছাখনৰ ভিতৰত নিজৰ বাবে এটা কোঠা নিৰ্মান কৰি নিজৰ কামনা পূৰণ কৰিছিল ইউছুফ নামৰ ভণ্ড লোকজনে। ঘটনা পোহৰলৈ অহাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় বহু কেইটা দল সংগঠন।

    শেহতীয়া বাতৰি