১৪ মাহৰ পিছত কৰ্ণাটকত পতন কংগ্ৰেছ–JDS চৰকাৰ, বিজেপি পালে আস্থাভোট

কৰ্ণাটকত ২১ দিন অচলাৱস্থাৰ পিছত কংগ্ৰেছ–JDSৰ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হ’ল। ৰাজ্যখনত বিজেপিয়ে পালে আস্থাভোট।

News18-Assam
Updated:July 23, 2019, 7:55 PM IST
১৪ মাহৰ পিছত কৰ্ণাটকত পতন কংগ্ৰেছ–JDS চৰকাৰ, বিজেপি পালে আস্থাভোট
কৰ্ণাটকত ২১ দিন অচলাৱস্থাৰ পিছত কংগ্ৰেছ–JDSৰ মিত্ৰজোঁটৰ চৰকাৰ ভংগ হ’ল। ৰাজ্যখনত বিজেপিয়ে পালে আস্থাভোট।
News18-Assam
Updated: July 23, 2019, 7:55 PM IST
কৰ্ণাটকত ২১ দিনীয়া অচলাৱস্থাৰ অৱসান। আস্থাভোটত পৰাস্ত হ’ল কংগ্ৰেছ–JDSৰ মিত্ৰজোঁটৰ চৰকাৰ। ৰাজ্যখনত বিজেপিয়ে পালে আস্থাভোট। ইফালে কংগ্ৰেছ–JDSৰ মিত্ৰজোঁটৰ চৰকাৰে পালে ৯৯টা ভোট। পৰিৱৰ্তে বিজেপিয়ে পালে ১০৫ টা ভোট।
আৰু চাওক পৰৱৰ্তী বাতৰি