উপ–নিৰ্বাচনকৈ পশ্চিম বংগত তীব্ৰ উত্তেজনা
উপ–নিৰ্বাচনকৈ পশ্চিম বংগত তীব্ৰ উত্তেজনা
উপ–নিৰ্বাচনকৈ পশ্চিম বংগত তীব্ৰ উত্তেজনা। এটা ভোটকেন্দ্ৰলৈ গৈ থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে প্ৰহাৰ কৰে বিজেপি নেতা জয়প্ৰকাশ মজুমদাৰক। উপ–নিৰ্বাচনত কৰিমপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়প্ৰকাশ মজুমদাৰ। ভোটগ্ৰহণ চলি থকাৰ সময়ত এটা ভোটকেন্দ্ৰলৈ গৈ থকাৰ অৱস্থাত ৰাস্তাতে তৃণমুল কংগ্ৰেছৰ কৰ্মীয়ে বেয়াকৈ মাৰপিট কৰে বিজেপিৰ নেতাজনক। পিছত নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে মজুমদাৰক।
ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে পশ্চিম বংগত।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|