
মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ইউ ইউ ললিতৰ ৭৪ দিনীয়া কাৰ্যকাল ৮ নৱেম্বৰত সমাপ্ত হয়।
মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ইউ ইউ ললিতৰ ৭৪ দিনীয়া কাৰ্যকাল ৮ নৱেম্বৰত সমাপ্ত হয়।
ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে আজি ভাৰতৰ ৫০সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পাঠ কৰালে শপত বাক্য। প্ৰাক্তন মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ স্থলাভিষিক্ত হ’ল ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়।
মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ ইউ ইউ ললিতৰ ৭৪ দিনীয়া কাৰ্যকাল ৮ নৱেম্বৰত সমাপ্ত হয়। এতিয়া ন্যায়াধীশ চন্দ্ৰচূড় দুবছৰৰ বাবে অৰ্থাৎ ১০ নৱেম্বৰ ২০২৪ পৰ্যন্ত মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হৈ থাকিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|