
১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ১৮ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰূপে শপত ল’ব শৰদ অৰবিন্দ ববডেই।
১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ১৮ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰূপে শপত ল’ব শৰদ অৰবিন্দ ববডেই।
উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব শৰদ অৰবিন্দ ববডে। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰস্তৱ কৰিলে ববডেৰ নাম। ন্যায়াধীশ ববডেৰ নাম প্ৰস্তাৱেৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ। ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ১৮ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰূপে শপত ল’ব শৰদ অৰবিন্দ ববডেই। ১ বছৰ ৫ মাহৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব ববডেই। ২০২১ চনৰ ২৩ এপ্ৰিলত অন্ত পৰিব ন্যায়াধীশ ববডেৰ কাৰ্যকাল।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|