দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব শৰদ অৰবিন্দ ববডে, মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰস্তাৱ কৰিলে ববডেৰ নাম

১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ১৮ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰূপে শপত ল’ব শৰদ অৰবিন্দ ববডেই।

News18-Assam
Updated:October 18, 2019, 11:02 AM IST
দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব শৰদ অৰবিন্দ ববডে, মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰস্তাৱ কৰিলে ববডেৰ নাম
১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ১৮ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰূপে শপত ল’ব শৰদ অৰবিন্দ ববডেই।
News18-Assam
Updated: October 18, 2019, 11:02 AM IST
উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব শৰদ অৰবিন্দ ববডে। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰস্তৱ কৰিলে ববডেৰ নাম। ন্যায়াধীশ ববডেৰ নাম প্ৰস্তাৱেৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ। ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ১৮ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰূপে শপত ল’ব শৰদ অৰবিন্দ ববডেই। ১ বছৰ ৫ মাহৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব ববডেই। ২০২১ চনৰ ২৩ এপ্ৰিলত অন্ত পৰিব ন্যায়াধীশ ববডেৰ কাৰ্যকাল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি