‘CAAৰ সন্দৰ্ভত আগৰ স্থিতিত আমি অটল, কোনেও আমাক এক ইঞ্চিও বিচলিত কৰিব নোৱাৰে, দৰকাৰ হ’লে বিজেপিয়ে অকলে যুঁজ কৰিব’

News18 Assam | News18-Assam
Updated:January 3, 2020, 4:50 PM IST
‘CAAৰ সন্দৰ্ভত আগৰ স্থিতিত আমি অটল, কোনেও আমাক এক ইঞ্চিও বিচলিত কৰিব নোৱাৰে, দৰকাৰ হ’লে বিজেপিয়ে অকলে যুঁজ কৰিব’
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি চলি থকা আন্দোলন সন্দৰ্ভত বিশেষ মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি চলি থকা আন্দোলন সন্দৰ্ভত বিশেষ মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

  • Share this:
দেশজুৰি চলিথকা নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আকৌ এবাৰ নিজৰ স্থিতি স্পষ্ট কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শুকুৰবাৰে জোধপুৰত নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত এখন জনসভাত ভাগ লৈ অমিত শ্বাহে কয় যে, ‘CAAৰ সন্দৰ্ভত আগৰ স্থিতিত আমি অটল, কোনেও আমাক এক ইঞ্চিও বিচলিত কৰিব নোৱাৰে। বিৰোধীয়ে মিছাৰ আশ্ৰয় লৈছে। সকলো বিৰোধী দল একেলগ হ’লেও আমি কোনো কাৰণতে নিজৰ স্থিতিৰ পৰা পিছলৈ নাহো। দৰকাৰ হ’লে ভাৰতীয় জনতা পাৰ্টীয়ে এই ক্ষেত্ৰত অকলে যুঁজ কৰিব।’
Published by: Himangshu Bhuyan
First published: January 3, 2020, 4:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading