মুখত ক’লা কাপোৰ বান্ধি JNU ৰ চৌহদত গুণ্ডাৰ প্ৰৱেশ, আক্ৰমণত আহত JNUSUৰ সভাপতি, ABVPৰ বিৰুদ্ধে উঠিছে অভিযোগ

News18 Assam | News18-Assam
Updated:January 6, 2020, 12:16 PM IST
মুখত ক’লা কাপোৰ বান্ধি JNU ৰ চৌহদত গুণ্ডাৰ প্ৰৱেশ, আক্ৰমণত আহত JNUSUৰ সভাপতি, ABVPৰ বিৰুদ্ধে উঠিছে অভিযোগ
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ত উত্তেজনা

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ত উত্তেজনা

  • Share this:
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ত উত্তেজনা। বিশ্ববিদ্যালয়ৰ চৌহদত হঠাৎ এটা গুন্দাৰ দলে মুখত ক’লা কাপোৰ বান্ধি প্ৰৱেশ কৰে। হাতে হাতে লাঠীলৈ অহা দলটোৱে গুৰুতৰ ভাবে প্ৰহাৰ কৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভানেত্ৰী আইশী ঘোষক। আক্ৰমণ চলোৱা দলটোত আছিল যুৱতীও।



যদিও এতিয়ালৈকে গুন্দাৰ দলটো চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই, তথাপিও বিশ্ববিদ্যালয়খনৰ একাংশ ছাত্ৰ–ছাত্ৰীয়ে এই আক্ৰমণৰ আঁৰত ABVP জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী।
আৰু চাওক
পৰৱৰ্তী বাতৰি