Jio ই আগবঢ়াইছে বিনামূলীয়া সেৱা, জিঅ’ ছিম ব্যৱহাৰ নকৰা সকলেও ল’ব পাৰিব এই নতুন সুবিধা

জিঅ’ৰ সকলো  উপহাৰ বা সুবিধা কেৱল জিঅ’ ছিম ব্যৱহাৰকাৰী সকলৰ বাবে থাকে যদিও  Jio Switch এপৰ ব্যৱহাৰ সকলো এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীয়েই কৰিব পাৰিব।

News18-Assam
Updated:October 8, 2019, 8:44 PM IST
Jio ই আগবঢ়াইছে বিনামূলীয়া সেৱা, জিঅ’ ছিম ব্যৱহাৰ নকৰা সকলেও ল’ব পাৰিব এই নতুন সুবিধা
জিঅ’ৰ সকলো  উপহাৰ বা সুবিধা কেৱল জিঅ’ ছিম ব্যৱহাৰকাৰী সকলৰ বাবে থাকে যদিও  Jio Switch এপৰ ব্যৱহাৰ সকলো এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীয়েই কৰিব পাৰিব।
News18-Assam
Updated: October 8, 2019, 8:44 PM IST
জিঅ’ ই প্ৰায়ে ব্যৱহাৰকাৰী সকললৈ আগবঢ়াই আহিছে বিভিন্ন ধৰণৰ আকৰ্ষণীয় উপহাৰ। জিঅ’ই কম মূল্যতে আন লিমিটেড ক’ল, ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰি আহিছে। জিঅ’ৰ এটা এনে ধৰণৰ এপো আছে, যাৰ জৰিয়তে ফোনৰ ডাটা(photo-Video) ট্ৰান্সফাৰ কৰিব পৰা যায়। জিঅ’ৰ এই এপটোৰ নাম হৈছে JioSwitch। এই এপটো ব্যৱহাৰ কৰি এই সুবিধা জিঅ’ ছিম নথকা এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰী সকলেও লব পাৰিব। সম্পূৰ্ণ বিনামূলীয়া হ’ব এই সুবিধা।
আৰু চাওক পৰৱৰ্তী বাতৰি