
Reliance Jio ৰ Infocomm এ এয়াৰটেল, ভোডাফ’ন, আইডিয়া, বিএচএনএলৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ আনিছে
Reliance Jio ৰ Infocomm এ এয়াৰটেল, ভোডাফ’ন, আইডিয়া, বিএচএনএলৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ আনিছে
Reliance Jio ৰ Infocomm এ এয়াৰটেল, ভোডাফ’ন, আইডিয়া, বিএচএনএলৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ আনিছে। টেলিকম প্ৰতিষ্ঠান কেইটাই অসৎ উপায়েৰে ৰাজহ সংগ্ৰহ কৰিবলৈ লেনলাইন নম্বৰক ম’বাইল নম্বৰ হিচাপে ‘masquerading’ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
কিন্তু JIo ৰ এই অভিযোগ নসাৎ কৰিছে এয়াৰটোলে। এয়াৰটেলে কয় যে, ভাৰতীয় টেলিকম ৰেগুলেটৰক Jio এ ভূল পথে পৰিচালিত কৰিব বিচাৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|