• Home
  • »
  • News
  • »
  • nation
  • »
  • Airtel, Vodafone, BSNL ৰ বিৰুদ্ধে Jio ৰ গুৰুতৰ অভিযোগ, TRAI ক শাস্তি প্ৰদানৰ দাবী

Airtel, Vodafone, BSNL ৰ বিৰুদ্ধে Jio ৰ গুৰুতৰ অভিযোগ, TRAI ক শাস্তি প্ৰদানৰ দাবী

Reliance Jio ৰ Infocomm এ এয়াৰটেল, ভোডাফ’ন, আইডিয়া, বিএচএনএলৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ আনিছে

Reliance Jio ৰ Infocomm এ এয়াৰটেল, ভোডাফ’ন, আইডিয়া, বিএচএনএলৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ আনিছে

Reliance Jio ৰ Infocomm এ এয়াৰটেল, ভোডাফ’ন, আইডিয়া, বিএচএনএলৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ আনিছে

  • Share this:
    Reliance Jio ৰ Infocomm এ এয়াৰটেল, ভোডাফ’ন, আইডিয়া, বিএচএনএলৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ আনিছে। টেলিকম প্ৰতিষ্ঠান কেইটাই অসৎ উপায়েৰে ৰাজহ সংগ্ৰহ কৰিবলৈ লেনলাইন নম্বৰক  ম’বাইল নম্বৰ হিচাপে ‘masquerading’ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

    কিন্তু JIo ৰ এই অভিযোগ নসাৎ কৰিছে এয়াৰটোলে। এয়াৰটেলে কয় যে,  ভাৰতীয় টেলিকম ৰেগুলেটৰক Jio এ ভূল পথে পৰিচালিত কৰিব বিচাৰিছে।
    First published: