ঝাৰখণ্ডত পথ দুৰ্ঘটনা, ৬ গৰাকী নিহত আৰু ৩৯ গৰাকী আহত

News18-Assam
Updated:June 25, 2019, 9:01 AM IST
ঝাৰখণ্ডত পথ দুৰ্ঘটনা, ৬ গৰাকী নিহত আৰু ৩৯ গৰাকী আহত
এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। গড়ৱাৰ গৰ্গত সংঘটিত এই ঘটনা।

এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। গড়ৱাৰ গৰ্গত সংঘটিত এই ঘটনা।

  • Share this:
ঝাৰখণ্ডত পথ দুৰ্ঘটনাত ছজন লোকৰ মৃত্যু আৰু ৩৯জন লোক গুৰুতৰভাৱে আহত হয়।
এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। গড়ৱাৰ গৰ্গত সংঘটিত এই ঘটনা। আহতক জিলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বাছখন উদ্ধাৰৰ বাবে অব্যাহত অভিযান উদ্ধাৰকাৰী দলৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading