কাশ্মীৰত সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিলে দুগৰাকী ব্যক্তিক, এগৰাকীক নৃশংস ভাৱে হত্যা

জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত প্ৰথমবাৰলৈ সংঘটিত হ’ল এনে অপহৰণ আৰু হত্যাৰ ঘটনা

News18-Assam
Updated:August 27, 2019, 12:38 PM IST
কাশ্মীৰত সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিলে দুগৰাকী ব্যক্তিক, এগৰাকীক নৃশংস ভাৱে হত্যা
জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত প্ৰথমবাৰলৈ সংঘটিত হ’ল এনে অপহৰণ আৰু হত্যাৰ ঘটনা
News18-Assam
Updated: August 27, 2019, 12:38 PM IST
আকৌ এবাৰ অশান্ত হ’ল জম্মু–কাশ্মীৰ। সোমবাৰে নিশা পুলৱামা জিলাৰ পৰা আব্দুল কদীৰ কোহলী আৰু শ্ৰীনগৰৰ খোনমোহৰ নিবাসী মঞ্জুৰ আহমেদ নামৰ দুগৰাকী লোকক সন্ত্ৰীসবাদীয়ে অপহৰণ কৰে।

দুয়োগৰাকী ব্যক্তিক অপহৰণ কৰি জেচ–ই–মহম্মদ নামৰ সন্ত্ৰীসবাদী সংগঠনটোৰ সদস্যই এগৰাকীক  অতি নৃশংস ভাবে হত্যা কৰে। উল্লেখযোগ্য যে জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত প্ৰথমবাৰলৈ সংঘটিত হ’ল এনে অপহৰণ আৰু হত্যাৰ ঘটনা।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান।
আৰু চাওক পৰৱৰ্তী বাতৰি