মুখ্যপৃষ্ঠা »খবৰ »দেশ »জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লস্কৰ–ই–তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত লস্কৰ–ই–তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

FILE PHOTO

ছপ’ৰত ছফি আলম নামৰ এজন শ্ৰমিককো গুলীয়াইছিল নিহত সন্ত্ৰাসবাদীটোৱে।

  • Share this:
    জম্মু–কাশ্মীৰৰ ছপ’ৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে লস্কৰ–ই–তৈবাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আছিফ। আৰক্ষী সূত্ৰই সদৰি কৰিছে এই তথ্য। এ এন আইৰ সূত্ৰ অনুসৰি, নিহত আছিফে ছপ’ৰত এটা পৰিয়ালৰ ওপৰত গুলীচালনা কৰিছিল। উক্ত ঘটনাত পৰিয়ালটোৰ তিনি সদস্য আহত হৈছিল। আহতসকলৰ ভিতৰত আছে আছমা জান নামৰ এটি শিশুও। ছপ’ৰত ছফি আলম নামৰ এজন শ্ৰমিককো গুলীয়াইছিল নিহত সন্ত্ৰাসবাদীটোৱে।


     NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি