জম্মু–কাশ্মীৰ পুনৰগঠন বিধেয়ক গৃহীত

News18-Assam
Updated:August 5, 2019, 7:54 PM IST
জম্মু–কাশ্মীৰ পুনৰগঠন বিধেয়ক গৃহীত
ৰাজ্যসভাত জম্মু–কাশ্মীৰ পুনৰগঠন বিধেয়কখন গৃহীত। বিধেয়কখনৰ সপক্ষে ১২৫টা ভোট আৰু বিপক্ষে ৬১টা ভোটদান।

ৰাজ্যসভাত জম্মু–কাশ্মীৰ পুনৰগঠন বিধেয়কখন গৃহীত। বিধেয়কখনৰ সপক্ষে ১২৫টা ভোট আৰু বিপক্ষে ৬১টা ভোটদান।

  • Share this:
ৰাজ্যসভাত গৃহীত হ’ল দুখন বিশেষ বিধেয়ক। গৃহীত হ’ল জম্মু–কাশ্মীৰ পুনৰগঠন বিধেয়ক। জম্মু–কাশ্মীৰ পুনৰগঠন বিধেয়কখন গৃহীত হ’ল উচ্চ সদনত। বিধেয়কখনৰ সপক্ষে ১২৫টা ভোট আৰু বিপক্ষে ৬১টা ভোটদান। এই বিধেয়কখন সদনত গৃহীত হোৱাৰ পিছতে ৰাজ্যখন দুটা ভাগত বিভক্ত হৈ লাভ কৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰা মতে এতিয়াৰে পৰা জম্মু-কাশ্মীৰ পৃথক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে পৰিচালিত হ’ব আৰু লাডাখ বিধানসভাবিহীন কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে মৰ্যাদা লাভ কৰিব। ৰাজ্যসভাত গৃহীত হ’ল জম্মু–কাশ্মীৰ সংৰক্ষিত বিধেয়কো।
First published: August 5, 2019, 7:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading