জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষী–সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলি, এটা সন্ত্ৰাসবাদী নিহত

বৰ্তমানো সন্ত্ৰাসবাদীটোক চিনাক্ত কৰিব পৰা হোৱা নাই

news18assam
Updated:June 28, 2019, 8:48 AM IST
জম্মু–কাশ্মীৰত নিৰাপত্তাৰক্ষী–সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলি, এটা সন্ত্ৰাসবাদী নিহত
বৰ্তমানো সন্ত্ৰাসবাদীটোক চিনাক্ত কৰিব পৰা হোৱা নাই
news18assam
Updated: June 28, 2019, 8:48 AM IST
জম্মু–কাশ্মীৰৰ বডগাম জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে এটা সন্ত্ৰাসবাদী। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে সন্ত্ৰাসবাদীটোৰ মৃতদেহ। বৰ্তমানো সন্ত্ৰাসবাদীটোক চিনাক্ত কৰিব পৰা হোৱা নাই। অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকাৰ গোপন খবৰৰ ভিত্তিত অভিযান চলাইছিল নিৰাপত্তাৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি