জম্মু–কাশ্মীৰত প্ৰচণ্ড হিমস্খলনত এজন সেনা জোৱানৰ মৃত্যু, ৩জনক উদ্ধাৰ

News18 Assam | News18-Assam
Updated:January 8, 2020, 8:13 AM IST
জম্মু–কাশ্মীৰত প্ৰচণ্ড হিমস্খলনত এজন সেনা জোৱানৰ মৃত্যু, ৩জনক উদ্ধাৰ
সাংকেতিক ফটো

সেনাৰ উদ্ধাৰকাৰী দলে চাৰিওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে এজনে।

  • Share this:
জম্মু–কাশ্মীৰৰ পুঞ্চ জিলাত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত মঙলবাৰে সন্ধিয়া হিমস্খলনত সেনাৰ এজন জোৱানৰ মৃত্যু হয়। আন তিনিজন জোৱানক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে, শ্বাহপুৰ ছেক্টৰৰ সমীপত বৰফ খহি পৰাৰ ফলত আবদ্ধ হৈ পৰে চাৰিওজন প’ৰ্টাৰ। সেনাৰ উদ্ধাৰকাৰী দলে চাৰিওজনকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে এজনে।
আৰু চাওক
পৰৱৰ্তী বাতৰি