Mission Paani: কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে উচ্চ প্ৰশংসা কৰিলে Network18 ৰ প্ৰচেষ্টাক

News18-Assam
Updated:August 29, 2019, 6:10 PM IST
Mission Paani: কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে উচ্চ প্ৰশংসা কৰিলে Network18 ৰ প্ৰচেষ্টাক
মিছন পানী অভিযানক আদৰণীয় পদক্ষেপ আখ্যা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ

মিছন পানী অভিযানক আদৰণীয় পদক্ষেপ আখ্যা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ

  • Share this:
মঙলবাৰৰ পৰা আৰম্ভ হৈছে Network18 ৰ মিছন পানী অভিযান। মিছন পানী অভিযানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে উচ্চ প্ৰশংসা কৰিলে Network18 ৰ মিছন পানী অভিযানক।

শ্বেখাৱতে কয় যে, ব্যৱহাৰৰ পৰিৱৰ্তন বৰ্তমান সময়ত সকলোতকৈ কঠিন কাম। কিন্তু যিদৰে স্বচ্ছ ভাৰত অভিযানে সফলতা লাভ কৰিলে, ঠিক সেইদৰে মিছন পানীৰ প্ৰচেষ্টাকো সকলোৱে সঁহাৰি জনাব। সেইদৰে মিছন পানী অভিযানক আদৰণীয় পদক্ষেপ আখ্যা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

 

 
First published: August 29, 2019, 6:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading