মুখ্যপৃষ্ঠা »খবৰ »দেশ »Jagdeep Dhankar : দেশৰ নতুন উপৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত NDA প্ৰাৰ্থী জগদীপ ধানখড়

Jagdeep Dhankar : দেশৰ নতুন উপৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত NDA প্ৰাৰ্থী জগদীপ ধানখড়

উপৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰিলে জগদীপ ধানখড়ে। 

উপৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰিলে জগদীপ ধানখড়ে। 

উপৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰিলে জগদীপ ধানখড়ে। 

  • Share this:
দেশৰ নতুন উপৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হ'ল NDA প্ৰাৰ্থী জগদীপ ধানখড় (Jagdeep Dhankar)

আজি অনুষ্ঠিত উপৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰিলে জগদীৰ ধানখড়ে।

এনডিএৰ প্ৰাৰ্থী জগদীপ ধনখড়ে ৩৪৬টা ভোটত জয়লাভ কৰে। তেওঁ মুঠ ৭২৫টা ভোটৰ ভিতৰত ৫২৮টা ভোট লাভ কৰে। ১৫টা ভোট অবৈধ বুলি অভিহিত কৰাৰ বিপৰীতে নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থী মাৰ্গাৰেট আলভা (Margret Alva)ই ১৮২টা ভোট লাভ কৰে।

শেহতীয়া বাতৰি