আয়কৰ ৰিটাৰ্ণৰ সময়সীমা বৃদ্ধি!

Income tax Return Filing: আয়কৰ বিভাগে জাৰি কৰিছে এখন বিশেষ জাননী

News18-Assam
Updated:September 27, 2019, 5:30 PM IST
আয়কৰ ৰিটাৰ্ণৰ সময়সীমা বৃদ্ধি!
Income tax Return Filing: আয়কৰ বিভাগে জাৰি কৰিছে এখন বিশেষ জাননী
News18-Assam
Updated: September 27, 2019, 5:30 PM IST
Income tax Return Filing: আয়কৰ বিভাগে জাৰি কৰিছে এখন বিশেষ জাননী। বিভাগৰ ফালৰ পৰা জাৰি কৰা জাননী অনুসৰি দেশজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছত  আই টি আৰ আৰু টেক্স অডিট ৰিপৰ্ট জমা কৰাৰ অন্তিম তাৰিখ ৩০ ছেপ্তেম্বৰৰ পৰিৱৰ্তে ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে।

এই সময়সীমা সেইসকলৰ বাবে য’ত অডিটৰ প্ৰয়োজন আছে। CBDT ফালৰ পৰা জনোৱা মতে,  কেইদিনমানৰ ভিতৰতে এই বিষয় সন্দৰ্ভত অন্য এখন জাননী জাৰি কৰা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি