পিআইবি টুইট
এটা হোৱাটছএপ বাৰ্তাত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে ক'ৰোনা কেয়াৰ ফাণ্ড আঁচনিৰ অধীনত সকলোকে ৪০০০ টকাৰ সহায় আগবঢ়াইছে। পিআইবিফেক্টচেকে দাবীটো ভুৱা বুলি অভিহিত কৰিছে। ভাৰত চৰকাৰৰ দ্বাৰা এনে কোনো আঁচনি চলোৱা হোৱা নাই।
एक #WhatsApp मैसेज में दावा किया जा रहा है कि भारत सरकार 'कोरोना केयर फंड योजना' के तहत सभी को ₹4000 की सहायता राशि प्रदान कर रही है।#PIBFactCheck: यह दावा #फ़र्ज़ी है। भारत सरकार द्वारा ऐसी कोई योजना नहीं चलाई जा रही है। pic.twitter.com/SSLK6x66He