• Home
  • »
  • News
  • »
  • nation
  • »
  • মোদী চৰকাৰে আপোনাকো ৪ হাজাৰ টকা দিছে নেকি ? জানক প্ৰকৃত সত্য কি ?

মোদী চৰকাৰে আপোনাকো ৪ হাজাৰ টকা দিছে নেকি ? জানক প্ৰকৃত সত্য কি ?

এটা হোৱাটছএপ বাৰ্তাত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে ক'ৰোনা কেয়াৰ ফাণ্ড আঁচনিৰ অধীনত সকলোকে ৪০০০ টকাৰ সহায় আগবঢ়াইছে। পিআইবিফেক্টচেকে দাবীটো ভুৱা বুলি অভিহিত কৰিছে। ভাৰত চৰকাৰৰ দ্বাৰা এনে কোনো আঁচনি চলোৱা হোৱা নাই।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও আঁচনিৰ (Central Govt Scheme) বিষয়ে ছচিয়েল মিডিয়াত উৰাবাতৰি প্ৰচাৰ হৈ আছে। শেহতীয়াকৈ এটা বাৰ্তা ভাইৰেল হৈ আছে আৰু দাবী কৰা হৈছে যে কেন্দ্ৰীয় চৰকাৰে মহামাৰীৰ মাজত ক'ৰোনাত ভুগি থকা লোকসকলক ৪,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। বাৰ্তাটো হোৱাটছএপত দ্ৰুতগতিত ভাইৰেল হৈ আছিল, যাৰ পিছত ইয়াৰ সত্যতা জানিবলৈ PIBএ সত্যটো পৰীক্ষা কৰিছিল।

যেতিয়া ভাৰত চৰকাৰৰ অফিচিয়েল টুইটাৰ হেণ্ডেল পিআইবি ফেক্ট চেক (PIB Fact Check)য়ে বাৰ্তাটো পৰীক্ষা কৰিছিল, ই সম্পূৰ্ণৰূপে ভুৱা বুলি পোৱা গৈছিল। চৰকাৰৰ দ্বাৰা এনে কোনো আঁচনি চলোৱা হোৱা নাই।

পিআইবি টুইট
এটা হোৱাটছএপ বাৰ্তাত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে ক'ৰোনা কেয়াৰ ফাণ্ড আঁচনিৰ অধীনত সকলোকে ৪০০০ টকাৰ সহায় আগবঢ়াইছে। পিআইবিফেক্টচেকে দাবীটো ভুৱা বুলি অভিহিত কৰিছে। ভাৰত চৰকাৰৰ দ্বাৰা এনে কোনো আঁচনি চলোৱা হোৱা নাই।
Published by:Kokil Sarma
First published: