ISRO–এ উৎক্ষেপণ কৰিলে CARTOSAT-3 উপগ্ৰহ, ভূমিতকৈ ১ ফুটৰো কম উচ্চতাৰ পৰা ল’ব পাৰে ফটো

News18-Assam
Updated:November 27, 2019, 9:42 AM IST
ISRO–এ উৎক্ষেপণ কৰিলে CARTOSAT-3 উপগ্ৰহ, ভূমিতকৈ ১ ফুটৰো কম উচ্চতাৰ পৰা ল’ব পাৰে ফটো
এয়া CARTOSAT ছিৰিজৰ নৱমটো উপগ্ৰহ। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা পুৱা ৯.২৮ বজাত উৎক্ষেপণ কৰা হয় CARTOSAT-3

এয়া CARTOSAT ছিৰিজৰ নৱমটো উপগ্ৰহ। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা পুৱা ৯.২৮ বজাত উৎক্ষেপণ কৰা হয় CARTOSAT-3

  • Share this:
আজি পুনৰ আন এক ইতিহাস ৰচিলে ISRO–এ। ISRO–এ মহাকাশলৈ উৎক্ষেপণ কৰিলে CARTOSAT-3 উপগ্ৰহৰ সৈতে আমেৰিকাৰ ১৩টা নেন’ ছেটেলাইট। এই CARTOSAT-3 উপগ্ৰহ সেনাৰ চোৰাংচোৱাৰ বাবে অত্যন্ত সহায়ক হ’ব। PSLV-C-47 ৰকেটৰ জৰিয়তে মহাকাশলৈ উৎক্ষেপণ কৰা হয় এই উপগ্ৰহ।

এয়া CARTOSAT ছিৰিজৰ নৱমটো উপগ্ৰহ। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা পুৱা ৯.২৮ বজাত উৎক্ষেপণ কৰা হয় CARTOSAT-3। CARTOSAT-3ৰ কেমেৰা ইমানেই শক্তিশালী যে ভূমিৰ ১ ফুটৰো কম উচ্চতাৰ পৰা ফটো সংগ্ৰহ কৰিব পাৰিব।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি