
এয়া CARTOSAT ছিৰিজৰ নৱমটো উপগ্ৰহ। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা পুৱা ৯.২৮ বজাত উৎক্ষেপণ কৰা হয় CARTOSAT-3
এয়া CARTOSAT ছিৰিজৰ নৱমটো উপগ্ৰহ। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা পুৱা ৯.২৮ বজাত উৎক্ষেপণ কৰা হয় CARTOSAT-3
আজি পুনৰ আন এক ইতিহাস ৰচিলে ISRO–এ। ISRO–এ মহাকাশলৈ উৎক্ষেপণ কৰিলে CARTOSAT-3 উপগ্ৰহৰ সৈতে আমেৰিকাৰ ১৩টা নেন’ ছেটেলাইট। এই CARTOSAT-3 উপগ্ৰহ সেনাৰ চোৰাংচোৱাৰ বাবে অত্যন্ত সহায়ক হ’ব। PSLV-C-47 ৰকেটৰ জৰিয়তে মহাকাশলৈ উৎক্ষেপণ কৰা হয় এই উপগ্ৰহ।
এয়া CARTOSAT ছিৰিজৰ নৱমটো উপগ্ৰহ। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা পুৱা ৯.২৮ বজাত উৎক্ষেপণ কৰা হয় CARTOSAT-3। CARTOSAT-3ৰ কেমেৰা ইমানেই শক্তিশালী যে ভূমিৰ ১ ফুটৰো কম উচ্চতাৰ পৰা ফটো সংগ্ৰহ কৰিব পাৰিব।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|