অক্টোবৰ মাহৰ পৰা আকৌ ফুটবল জ্বৰত আক্ৰান্ত হ’ব সমগ্ৰ দেশ
অক্টোবৰ মাহৰ পৰা আকৌ ফুটবল জ্বৰত আক্ৰান্ত হ’ব সমগ্ৰ দেশ। অহা ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ফুটবলৰ মহাৰণ ইণ্ডিয়ান ছুপাৰ লীগ। ২০ অক্টোবৰত কোচিত আই এছ এলৰ উদ্বোধনী খেলত অংশগ্ৰহণ কৰিব কেৰালা ব্লাষ্টাৰ্ছে আৰু এথলেটিকো দ্যা কলকাতাই। প্ৰতিযোগিতাখনত নৰ্থ-ইষ্ট ইউনাইটেডে ২১ অক্টোবৰত বেংগালুৰুৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|