২০ অক্টোবৰৰ পৰা ISL, ২১ অক্টোবৰত অভিযান আৰম্ভ কৰিব নৰ্থ-ইষ্ট ইউনাইটেড এফচিয়ে

অক্টোবৰ মাহৰ পৰা আকৌ ফুটবল জ্বৰত আক্ৰান্ত হ’ব সমগ্ৰ দেশ

News18-Assam
Updated:August 24, 2019, 12:17 PM IST
২০ অক্টোবৰৰ পৰা ISL, ২১ অক্টোবৰত অভিযান আৰম্ভ কৰিব নৰ্থ-ইষ্ট ইউনাইটেড এফচিয়ে
Source-Google
News18-Assam
Updated: August 24, 2019, 12:17 PM IST
অক্টোবৰ মাহৰ পৰা আকৌ ফুটবল জ্বৰত আক্ৰান্ত হ’ব সমগ্ৰ দেশ। অহা ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ভাৰতীয় ফুটবলৰ মহাৰণ ইণ্ডিয়ান ছুপাৰ লীগ। ২০ অক্টোবৰত কোচিত  আই এছ এলৰ উদ্বোধনী খেলত অংশগ্ৰহণ কৰিব কেৰালা ব্লাষ্টাৰ্ছে আৰু এথলেটিকো দ্যা কলকাতাই। প্ৰতিযোগিতাখনত নৰ্থ-ইষ্ট ইউনাইটেডে ২১ অক্টোবৰত বেংগালুৰুৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব।
আৰু চাওক পৰৱৰ্তী বাতৰি