News18 AssamNews18 Assam
|
News18-Assam Updated:June 21, 2020, 1:00 PM IST
কোৰোণা ভাইৰাছৰ বাবে এইবাৰ ভাৰ্ছুৱেল যোগ দিৱস পালন কৰিলে দেশবাসীয়ে।
কোৰোণা ভাইৰাছৰ বাবে এইবাৰ ভাৰ্ছুৱেল যোগ দিৱস পালন কৰিলে দেশবাসীয়ে।
আজি আন্তঃৰাষ্ট্রীয় যোগ দিৱস। যোগ দিৱস উপলক্ষে দেশবাসীক উদ্দেশ্যে ভাষণ ৰাখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কোৰোণা ভাইৰাছৰ বাবে এইবাৰ ভাৰ্ছুৱেল যোগ দিৱস পালন কৰিলে দেশবাসীয়ে। নিজৰ ভাষণত যোগ সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে মোদীয়ে। কোৰোণা ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ যোগে কিদৰে আমাক সহায় কৰে সেই সম্পৰ্কেও দেশবাসীক জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিজৰ ভাষণত কি ক’লে প্ৰধানমন্ত্ৰীয়ে? চাওক সম্পূৰ্ণ ভাষণ।