মুখ্যপৃষ্ঠা »খবৰ »দেশ »Sex Racket: স্পা চেণ্টাৰত যৌনতাৰ বেহা! গ্ৰাহকৰ ডিমাণ্ডত আহে বিদেশী যুৱতী

Sex Racket: স্পা চেণ্টাৰত যৌনতাৰ বেহা! গ্ৰাহকৰ ডিমাণ্ডত আহে বিদেশী যুৱতী

চেক্স ৰেকেটৰ মাষ্টাৰ মাইণ্ডগৰাকীয়ে ইন্দোৰ আৰু ভূপালত চাপ্লাই দিয়ে ছোৱালী। বিদেশৰ পৰা চলাই এই ৰেকেট।

চেক্স ৰেকেটৰ মাষ্টাৰ মাইণ্ডগৰাকীয়ে ইন্দোৰ আৰু ভূপালত চাপ্লাই দিয়ে ছোৱালী। বিদেশৰ পৰা চলাই এই ৰেকেট।

চেক্স ৰেকেটৰ মাষ্টাৰ মাইণ্ডগৰাকীয়ে ইন্দোৰ আৰু ভূপালত চাপ্লাই দিয়ে ছোৱালী। বিদেশৰ পৰা চলাই এই ৰেকেট।

  • Share this:
ইন্দোৰত পুনৰ এটা চেক্স ৰেকেট ধৰা পৰিছে। এখন স্পা চেণ্টাৰৰ আঁৰত চলে দেহ ব্যৱসায়। স্পা চেণ্টাৰত ধৰা পৰিছে ১৮গৰাকী যুৱতী। ইয়াৰ ভিতৰত আছে বিদেশী যুৱতীও। আৰক্ষীৰ লোকক দেখাৰ পিছতে যুৱতীসকলে কান্দিবলৈ আৰম্ভ কৰে। উল্লেখ কৰা মতে, চেক্স ৰেকেটৰ মাষ্টাৰ মাইণ্ডগৰাকীয়ে ইন্দোৰ আৰু ভূপালত চাপ্লাই দিয়ে ছোৱালী। বিদেশৰ পৰা চলাই এই ৰেকেট।

ইন্দোৰৰ অপৰাধ শাখা আৰু মহিলা থানা আৰক্ষীয়ে এখন প্ৰতিবেদনৰ জৰিয়তে স্পা কেন্দ্ৰত চেক্স যৌন ৰেকেট চলাৰ কথা প্ৰকাশ কৰে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আঠজন যুৱক আৰু ১০ গৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিছে আৰু বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিছে।

ক্ৰাইম ব্ৰান্সে আৰম্ভ কৰিছে তদন্তঃ

জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে দীৰ্ঘদিন ধৰি বিজয় নগৰ আৰক্ষী থানা অঞ্চলৰ শগুন আৰ্কেড নামৰ এটা অট্টালিকাত অনৈতিক কাৰ্যকলাপৰ বিষয়ে তথ্য লাভ কৰি আছিল। স্পা পাৰ্লাৰখন আছিল ইয়াৰ অভিকেন্দ্ৰ। ইয়াৰ পূৰ্বেও এই পাৰ্লাৰখনত অনৈতিক কাৰ্য চলাৰ বিষয়ে জানিব পাৰিছিল।  এই তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলাই পোহৰলৈ আনে সমগ্ৰ ঘটনা।

আৰক্ষীক দেখাৰ পিছতে কান্দিবলৈ আৰম্ভ কৰে যুৱতীসকলেঃ

মহিলা আৰক্ষীৰ সৈতে অপৰাধ শাখাই স্পা পাৰ্লাৰত অভিযান চলাইছিল। পাৰ্লাৰখনত আছিল বহুকেইটা কেবিন। আৰু আৰক্ষীয়ে ১০গৰাকীকলৈ যুৱতীক সন্দেহজনক অৱস্থাত উদ্ধাৰ কৰিছিল। যুৱতীৰ দলটোত আছিল বিদেশী যুৱতীও। পিছত যুৱতীসকলে আৰক্ষীক দেখি কান্দিবলৈ ধৰে।

শেহতীয়া বাতৰি